Snehankar

screenshot 2026 07 27 012723

আমেৰিকাৰ লোকসংগীতৰ নৱজাগৰণ আৰু  হেডি ৱেষ্টৰ সক্ৰিয় সাংস্কৃতিক ভূমিকা | শ্বব্‌নম শ্ববু

এই আন্দোলনৰ অন্যতম উল্লেখযোগ্য কণ্ঠ আছিল হেডি ৱেষ্ট (Hedy West)। তেওঁ কেৱল এগৰাকী লোকগায়িকা নাছিল; লোকসংগীত সংগ্ৰাহক, গৱেষক, বেঞ্জোবাদক আৰু সামাজিক ইতিহাসৰ ব্যাখ্যাকৰ্তা হিচাপেও তেওঁৰ বিশেষ পৰিচয় গঢ়ি উঠিছিল। ৱেষ্ট আছিল জ’ন বায়েজ, জুডি কলিন্স আৰু আমেৰিকাৰ লোকসংগীত নৱজাগৰণ আন্দোলনৰ আন বহু শিল্পীৰ সমসাময়িক। তেওঁৰ আটাইতকৈ বিখ্যাত গীত “500 Miles” আমেৰিকাৰ আটাইতকৈ জনপ্ৰিয় আৰু সুপৰিচিত লোকগীতসমূহৰ অন্যতম। ইংৰাজ লোকসংগীত শিল্পী এ. এল. লয়েডে তেওঁক “আমেৰিকাৰ লোকসংগীত নৱজাগৰণ আন্দোলনৰ মহিলা গায়িকাসকলৰ ভিতৰত নিঃসন্দেহে সর্বশ্রেষ্ঠ” বুলি বৰ্ণনা কৰিছিল।

আমেৰিকাৰ লোকসংগীতৰ নৱজাগৰণ আৰু  হেডি ৱেষ্টৰ সক্ৰিয় সাংস্কৃতিক ভূমিকা | শ্বব্‌নম শ্ববু Read More »

Scroll to Top