ৰাজ্যৰ প্ৰাথমিক শিক্ষাৰ স্বৰূপ
গাঁঠিৰ ধন ভাঙি বেচৰকাৰী বিদ্যালয়ত পঢ়াই আৰ্থিকভাৱে জুৰুলা হৈ পৰে। তেওঁলোকৰ বাবে সন্তানেই যিহেতু সম্পত্তি সন্তানৰ লগতে নিজৰো ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত পাৰ্থিব আন সম্পত্তি বিক্ৰী কৰি হ’লেও পঢ়াৰ খৰচ উলিয়ায়। নিয়োগ আৰু শিক্ষাৰ এই অব্যৱস্থাত সন্তানৰ ভৱিষ্যত সঁচাকৈয়ে সুৰক্ষিত নে?
ৰাজ্যৰ প্ৰাথমিক শিক্ষাৰ স্বৰূপ Read More »
